বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুচকীয়া বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো।

AS15S8716 নম্বৰৰ বাইক আৰু AS01AU6603 নম্বৰৰ চাৰিচকীয়া বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক চালকজন

আহত চালকজনক ততাতৈয়াকৈ পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়

Leave a Reply

Your email address will not be published. Required fields are marked *