ৰাজ্যত ৰাসৰ আনন্দৰ মাজতেই বৰমাত প্ৰচণ্ড মাৰপিটৰ ঘটনা ।
কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ এজন যুৱকৰ ।
তৃতীয় বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱৰ মূল প্ৰবেশদ্ধাৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা।
কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীক প্ৰহাৰ যুৱকজনে
প্ৰথমে কথাত তৰ্ক বিতৰ্ক কৰি আৰক্ষীক প্ৰহাৰ কৰে যুৱকজনে ।
এই ঘটনাৰ সৈতে উৎপল মেধি নামৰ যুৱকজন জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে।আটক কৰে উৎপল মেধি আৰু আত্মীয় দুজনক।