পাছপ’ৰ্ট বনাবলৈ ১ জুলাইৰ পৰা ভৰিব লাগিব দুগুণ মাচুল

পাছপ’ৰ্ট বনাবলৈ ১ জুলাইৰ পৰা ভৰিব লাগিব দুগুণ মাচুল।

পাছপ’ৰ্ট নবীকৰণৰ বাবেও পৰিশোধ কৰিব লাগিব দুগুণ মাচুল

অহা ১ জুলাই ২০২৬ৰ পৰা চৰকাৰে নতুন পাছপ’ৰ্ট আবেদন, তৎকাল সেৱা আৰু অন্যান্য পাছপ’ৰ্ট সম্পৰ্কীয় সেৱাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ।

নতুন নিৰিখ অনুসৰি, ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ আবেদনকাৰীৰ বাবে সাধাৰণ কেটেগৰীত ৩৬ পৃষ্ঠাৰ এটা পাছপ’ৰ্টৰ নতুন মাচুল হ’ব ২,৫০০ টকা। আনহাতে, জৰুৰীকালীনভাৱে পাছপ’ৰ্ট উলিয়াব বিচৰা লোকসকলৰ বাবে ‘তৎকাল’ আবেদনৰ মাচুল হ’ব ৫,০০০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *