নগাঁৱৰ পৰা লাওখোৱাৰ অভিমুখে গৈ থকা চাৰিচকীয়া বাহনৰ মটৰচাইকেলত খুন্দা ফলত গুৰুতৰ বাবে আহত হয় মটৰ চাইকেল আৰোহী
বৰ্তমানলৈ জানিব পৰা হোৱা নাই মটৰ চাইকেল আৰোহীজনৰ পৰিচয়।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS12AL7493।
ঘটনাক কেন্দ্ৰ কৰি নিশা ৰূপহীহাটৰ ছাইদৰীয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়
ঘটনাস্থলীত উপস্থিত ৰূপহীহাট আৰক্ষী ।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত মটৰ চাইকেল আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি আৰক্ষীয়ে থানা লৈ যায়।