নগাঁও জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ঘন্টীয়া অৱস্থান ধৰ্মঘট
অসমৰ বান-গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী প্ৰতিবাদকাৰীৰ
বিজ্ঞানসন্মতভাৱে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবী
তদুপৰি বানত ক্ষতিগ্ৰস্তলোকক ক্ষতিপূৰণ দিয়া, ক্ষতিগ্ৰস্ত কৃষকক কৃষি ঋণ ৰেহাইৰ দাবী