ধুবুৰী জিলা অগপ কাৰ্যালয়ৰ গে’টত তলা।
ধুবুৰী জিলা অগপৰ দুটাকৈ ধুবুৰী বিধান পৰিষদ থকাক লৈ উত্তপ্ত অগপৰ জিলা কাৰ্যালয়।
বিধান পৰিষদৰ সভাপতি ৰণেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু সম্পাদক হাৰুণ ইছলামৰ কমিটীখনক অবৈধ কমিটী আখ্যা।
পৰিষদৰ পুৰণি কমিটীৰ সভাপতি দিলীপ সৰকাৰ আৰু সম্পাদকদ্বয় দীপ নাৰায়ণ কলিতা আৰু নুৰে ছিবলীৰ।
পৰিষদৰ সম্পাদক হাৰুণ ইছলামে জিলা অগপ কাৰ্যালয় আৰু গে’টত তলা লগাই দিয়া কাৰ্যত ক্ষুণ্ণ জিলা অগপকে ধৰি অসম যুৱ পৰিষদৰ কৰ্ম-কৰ্তাসকল।
সভাপতি ৰণেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু সম্পাদক হাৰুণ ইছলামৰ কমিটীখনক শীঘ্ৰে বাতিল নকৰিলে ব্যাপক গণ আন্দোলনৰ ভাবুকি ।