BJP চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।চৰকাৰ গঠনৰ পাছত BJP চৰকাৰে লাখ-লাখ চৰকাৰী কৰ্মচাৰীক দিলে সুখবৰ।
সোমবাৰে পশ্চিম বংগৰ বিজেপি চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অনুষ্ঠিত হয়। দুপৰীয়া ১২ বজাত বিত্তমন্ত্ৰী স্বপন দাসগুপ্তই দাখিল কৰিলে বাজেট।
এইবাৰৰ বাজেটক লৈ পশ্চিম বংগবাসীৰ প্ৰত্যাশা বহুত বেছি আছিল। ইয়াৰে অন্যতম আছিল DA বৃদ্ধি।
বিজেপি চৰকাৰৰ বাজেটত DAক লৈ ডাঙৰ ঘোষণা পশ্চিম বংগ কৰ্মচাৰীৰ ২০ শতাংশ DA বৃদ্ধিষ পূৰ্বে পশ্চিম বংগৰ কৰ্মচাৰীয়ে ১৮ শতাংশ DA লাভ কৰি আছিল। পশ্চিম বংগৰ পেঞ্চনভোগীসকলেও লাভ কৰিব ২০ শতাংশ ডিএ।
১ অক্টোবৰ ২০২৬-ৰ পৰা কাৰ্যকৰী হ’ব।এই বৰ্ধিত DA
পশ্চিম বংগত চৰকাৰ সলনিৰ পিছতেই মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সৈতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ DAৰ যি ৪২ শতাংশৰ ব্যৱধান আছে, সেয়াও লাহে লাহে দূৰ কৰা হ’ব।