দুলীয়াজানত গেছ পৰিবাহী পাইপ লাইনত অগ্নিকাণ্ড।
টিপলিং থাৰ্মেলৰ সমীপৰ এখন দলঙৰ সমীপত অগ্নিকাণ্ড।
অসম গেছ লিমিটেডৰ গেছ পৰিবাহী পাইপ লাইনত জুইৰ সূত্ৰপাত।
দীৰ্ঘদিন ধৰি পাইপ লাইনত নিৰ্গমন হৈ আছিল প্ৰাকৃতিক গেছ।
বিবাহ অনুষ্ঠানত ফটকা ফুটুৱাৰ সময়তেই সূত্ৰপাত হয় জুইৰ।