আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ শুনানী।
১৩ নৱেম্বৰত শেখৰজ্যোতি গোস্বামীয়ে সকাহ নাপালে ন্যায়ালয়ৰ পৰা।
আজি জামিনৰ শুনানীৰ দিন ধাৰ্য্য কৰিছিল আদালতে।
জুবিন হত্যা গোচৰত অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী হৈ জেষ্ঠ অধিবক্তা সুমনাথ কাকতিয়ে আদালত যুক্তি দৰ্শাব।