চামগুৰিৰ আমনিত জব্দ গৰুভৰ্তি ১৬ চকীয়া ট্ৰাক

চামগুৰিৰ আমনিত ৰাইজে জব্দ কৰিলে গৰুভৰ্তি ১৬ চকীয়া ট্ৰাক।

উজনি অসমৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহৰ সময়তে আটক ট্ৰাকখন।

ট্ৰাকখনত সৰ্বমুঠ ২৮ টা চোৰাং গৰু আছিল।

AS 25 FC 4207 নম্বৰৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ গৰুসমূহ আৰক্ষীয়ে প্ৰেৰণ কৰিলে গোশালালৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *