গুৱাহাটীত উপস্থিত বিশ্বখ্যাত ৰক বেণ্ড Guns N’ Roses

গুৱাহাটীত উপস্থিত বিশ্বখ্যাত আমেৰিকান ৰক বেণ্ড Guns N’ Roses।

দেওবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিশ্বখ্যাত ৰক বেণ্ডটোৰ দল।

বিমানবন্দৰৰ পৰা পোনে পোনে গুৱাহাটীৰ ভিভাণ্টালৈ ৰাওনা হৈছে দলটো।

অহা ১৭ নৱেম্বৰত খানাপাৰা ভেটেৰিনাৰী গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব Guns N’ Rosesৰ বহু প্ৰত্যাশিত কনচাৰ্ট। বেণ্ডটোৱে ভাৰতত ২০২৬ চনৰ এছিয়া টুৰৰ অংশ হিচাপে বেংগালুৰুৰ পিছত গুৱাহাটীত পৰিৱেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *