কৃত্ৰিম বানৰ কৱলত যোৰহাটৰ হেজাৰী গাঁৱস্থিত বৃকোদৰ শইকীয়া পৰ্ব্বতীয়া উচ্চ মাধ্যমিক বিদ্যালয় ।
যোৱা ৩-৪ দিন ধৰি বন্ধ হৈ আছে।বিদ্যালয়খনৰ পাঠদান
বিগত তিনিটা বছৰে ৰাইজে ভুগি আহিছে এই সমস্যা
ধাৰাষাৰ বৰষুণ দিলেই বাসগৃহত পানী সোমোৱাৰ ফলত দুৰ্ভোগ ভুগিছে ৰাইজে।
কেইজন মান লোকৰ ভুলৰ বাবে সমস্যাত ভুগি আহিছে শ শ ৰাইজে