জামুগুৰিহাটৰ কুসুমটোলাত বলেৰ’ পিকআপ বাহন দুৰ্ঘটনাগ্ৰস্ত।
চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথৰ দাঁতিত পৰিল বলেৰ’ পিকআপ বাহনখন।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AR-01-V- 4176।
দুৰ্ঘটনাত আহত বলেৰ’ পিকআপ বাহনখনৰ চালক।
জানিব পৰা মতে, তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি আছিল বাহনখন।
দুৰ্ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষী।