কামৰূপৰ বংশৰ ভেলামাৰী নদীত যুৱক সন্ধানহীন
নিশাৰে পৰা সন্ধানহীন হৈ আছে প্ৰাঞ্জল নাথ নামৰ যুৱকজন
নদীৰ পাৰত উদ্ধাৰ প্ৰাঞ্জলে পৰিধান কৰা হাৱাই চেণ্ডেল আৰু স্কুটী
সন্ধানহীন হোৱাৰ পূৰ্ৱে সমনীয়াক ফোনত আত্মাহত্যা কৰিম বুলি কৈছিল প্ৰাঞ্জলে
প্ৰেমৰ বাবে যুৱক জন আত্মাহত্যাৰ কৰাৰ সন্দেহ !
যুৱকজনে বংশৰ বৰবাৰী অঞ্চলৰ এগৰাকী যুৱতীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক
বুধবাৰে সন্ধিয়া কোনো কথাত প্ৰেমিকাৰ সৈতে।হৈছিল কাজিয়া
যাৰফল সমনীয়াক ফোন কৰি আত্মহত্যাৰ কথা কৈছিল যুৱকজনে
শুৱালকুছি আৰক্ষীয়ে খৱৰ পোৱাৰ পিছতো
ঘটনাস্থলীত আৰক্ষী আৰু NDRF বাহনী উপস্থিত হৈ চলাইছে উদ্ধাৰ অভিযান