আৰক্ষীক ঠেলা মাৰি হেণ্ডকাফ খুলি পলাল কুখ্যাত চোৰ।
বটদ্ৰৱা আৰক্ষীৰ জিম্মাৰ পৰা বাহাৰুল ইছলাম ওৰফে বাক্কাৰ পলায়ন।
তদন্তৰ বাবে লৈ যোৱাৰ সময়তে আৰক্ষীক ঠেলা মাৰি পলায়ন চোৰটোৰ।
আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ খুলি চোৰৰ পলায়নক লৈ প্ৰতিক্ৰিয়া।
হাইডুবিত চোৰটোক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল ৰাইজে।
পলাতক বাক্কাক বিচাৰি অভিযান অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে।
বৰ্তমানেও চোৰটোক ধৰিবলৈ সক্ষম হোৱা নাই বটদ্ৰৱা আৰক্ষী।