বাঘবৰত নৰকংকাল উদ্ধাৰক লৈ চাঞ্চল্য।
চাছৰাগাঁৱত উদ্ধাৰ এটা নৰকংকাল।
উদ্ধাৰ হোৱা কংকালটো এগৰাকী কিশোৰীৰ বুলি সন্দেহ।
কিছুদিন পূৰ্বে নিৰুদ্দেশ হৈছিল মাজনী খাতুন নামৰ কিশোৰীগৰাকী। বিচাৰ-খোঁচাৰ কৰিও সন্ধান লাভ কৰা নাছিল পৰিয়ালে।
মঙলবাৰে বিয়লি জংঘলৰ মাজত কিশোৰীগৰাকীৰ পোছাকসহ উদ্ধাৰ কংকালটো।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ বাঘবৰ আৰু মন্দিয়া আৰক্ষীৰ।