ৰাজ্যজুৰি শাৰদীয় দুৰ্গা।পূজাৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যজুৰি চলিছে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি।

ধৰালৈ নামিব জগত তাড়িনী,জগত জননী দেৱী দুৰ্গা।

ছিপাঝাৰৰো বিভিন্ন স্থানত দেৱী দুৰ্গাৰ পূজা- আৰাধনাৰ বাবে ব্যস্ত হৈ পৰিছে উদযাপন সমিতিসমূহ।

ছিপাঝাৰৰ পদ্মাথান দেৱালয়তো চলিছে ১০৯ সংখ্যক সংখ্যক শ্ৰীশ্ৰী দুৰ্গাপূজাৰ বৰ্ণাঢ্য আয়োজন।

পদ্মাথান দেৱালয়ত থকা সু-উচ্চ শ্ৰীৰাম চন্দ্ৰৰ প্ৰতিমুৰ্তিৰ ওচৰতে নিৰ্মাণ কৰিছে হনুমানৰ প্ৰতিমুৰ্তি৷

দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি হনুমানৰ প্ৰতিমুৰ্তি উন্মোচন কৰিব চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *