বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি।
ৰাষ্ট্রীয় উপ-সভাপতি হিচাপে নিযুক্তি ১৩ গৰাকীক।
নতুন সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি বি এল সন্তোষক।
যুটীয়া সাধাৰণ সম্পাদক নিযুক্তি শিৱপ্রকাশ আৰু সৌদান সিঙক।
৮গৰাকী নতুন সাংগঠনিক সাধাৰণ সম্পাদকক নিযুক্তি।
ৰাষ্ট্রীয় সম্পাদক হিচাপে নিযুক্ত ১৬গৰাকীক।
অসমৰ মৃগাংক বৰ্মনকো সম্পাদক হিচাপে নিযুক্তি।
ৰাষ্ট্রীয় কোষাধ্যক্ষ হিচাপে নিযুক্তি কেন্দ্রীয় মন্ত্রী পীযুষ গোৱেলক।
যুটীয়া কোষাধ্যক্ষ নিযুক্তি ৰাজেশ মংগলক।
উত্তৰ-পূবৰ সমন্বয়ক হিচাপে নিযুক্তি সম্বিত পাত্রক।
যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্ত ড০ হেমাংগ যোশী।
মহিলা মৰ্চাৰ দায়িত্ব ৰূপ কুমাৰী চৌধুৰীক।
OBC মৰ্চাৰ অধ্যক্ষ হ’ব অমল পাল মৌৰ্য।
বংশীলাল গুৰ্জ্জৰক কিষাণ মৰ্চাৰ দায়িত্ব।
SC মৰ্চাৰ দায়িত্ব অৰ্পণ শিৱ কুমাৰ ৰামক।
ST মৰ্চাৰ অধ্যক্ষ হিচাপে নিযুক্তি মান্নালাল ৰাৱাটক।
সংখ্যালঘু মৰ্চাৰ দায়িত্ব কোঁৱৰ বাছিত আলীক।