নগাঁৱৰ ধিং ৰোডত উদ্ধাৰ অচিনাক্ত মৃতদেহ

নগাঁৱৰ ধিং ৰোডত উদ্ধাৰ।অচিনাক্ত মৃতদেহ।

পুৱা স্থানীয় মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

অতিৰিক্ত সুৰা সেৱন কৰা ফলত মৃত্যু হোৱা সন্দেহ স্থানীয় ৰাইজৰ।

বৰ্তমান ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহটো।

Leave a Reply

Your email address will not be published. Required fields are marked *