নগাঁৱৰ ট্ৰাইবেল ৰেষ্ট হাউছত জনজাতীয় ছাত্ৰক আক্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ।
আক্ৰমণ কৰা দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাকলৈ প্ৰতিবাদ জনজাতীয় দল-সংগঠনৰ।
প্ৰতিবাদকাৰীয়ে তিনিদিনৰ ভিতৰত জনজাতীয় ছাত্ৰক আক্ৰমণ কৰা দুৰ্বৃত্ত দলটোক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনজাতীয় দল-সংগঠনৰ।
নিৰ্ধাৰিত সময় অনুসৰি আৰক্ষীয়ে দুৰ্বৃত্ত দলটোক গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ।প্ৰতিবাদকাৰীৰ
সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে জনজাতীয় দল-সংগঠনে।