নগাঁৱৰ হয়বৰগাঁৱৰ খুটকটিয়াত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
এখন অটোৰ পৰা জব্দ কৰে ড্ৰাগছখিনি
আটক এজন সৰবৰাহকাৰীক
ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জামিলা খাতুন বুলি জানিব পৰা গৈছে
ধৃত সৰবৰাহকাৰীটো অটোখনত চাপৰমুখৰ পৰা নগাঁও অভিমুখে আহি আছিল
বেবেজীয়া আৰক্ষী চকীৰ উপ-পৰিদৰ্শক বিৰাজ নেওগৰ আৰু বিজু বড়োৰ নেতৃত্বত চলিছিল এই অভিযান