মাতৃয়ে স্কুলৰ পৰা স্কুটিৰে লৈ আহি থকা অৱস্থাত ভয়ংকৰ দুর্ঘটনা

হাতীগাওৰ সিজুবাৰীত ভয়ংকৰ পথ দুর্ঘটনা ৷

দুর্ঘটনাত থিতাতে নিহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ ৷

PWD টেক্টৰৰ শুন্দাত নিহত চায়ান আহমেদ নামৰ ছাত্ৰজন ৷

লিটুল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ আছিল চায়ান ৷

মাতৃয়ে স্কুলৰ পৰা স্কুটিৰে লৈ আহি থকা অৱস্থাত দুর্ঘটনা সংঘটিত হৈছিল ৷

গুৰুতৰভাবে আহত মাতৃও ৷

Leave a Reply

Your email address will not be published. Required fields are marked *