অৱশেষত হাৰ মানিলে স্বৰ্ণময়ে

অৱশেষত হাৰ মানিলে কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথত অচেতন হৈ পৰা হাতীজনীয়ে।
পৰ্যটকক ছাফাৰী কৰাই মাউতে কেম্পলৈ লৈ যোৱাৰ সময়তে স্বৰ্ণময়ী নামৰ হাতীজনী অসুস্থ হৈ পৰিছিল।
চিকিৎসকৰ চেষ্টাৰ পাছত হাতীজনী সুস্থ হৈছিল যদিও কিছু সময়ৰ পাছতে স্বৰ্ণময়ীৰ মৃত্যু হয়।
কোনো আভ্যন্তৰীণ ৰোগত আক্রান্ত হোৱাৰ ফলতে হাতীজনীৰ মৃত্যু হোৱা বুলি চিকিৎসকে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *