BROৰ পুঁজি অপব্যৱহাৰৰ বিৰুদ্ধে CBIৰ অভিযান EWS
দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অভিযান
মুঠ ২৬টা স্থানৰ লগতে অসম, অৰুণাচল, নাগালেণ্ডতো অভিযান
ভুৱা কেজুৱেল লেবাৰৰ নামত ধন আত্মসাতৰ বিৰুদ্ধে অভিযান
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তদন্তৰ ভিত্তিত ৪খন FIR ৰুজু CBIৰ
লেফটেনেন্ট কর্ণেল, মেজৰসহ ১০ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু
অভিযানত বহু আপত্তিজনক নথিপত্র, ডিজিটেল প্রমাণ জব্দ