Blog

চি চি টিভিৰ ফুটেজ চাই আটক চুৰিকাণ্ডত জড়িত যুৱকক ।

ৰঙিয়া মৰাণজানাত চুৰিকাণ্ড । ব্যৱসায় প্ৰতিষ্ঠানৰ চি চি টিভিৰ ফুটেজ চাই আটক চুৰিকাণ্ডত জড়িত যুৱকক ।…

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত গুৰুতৰ ভাবে আহত পাচলি ব্যৱসায়ী, আহত ব্যক্তিগৰাকী…

বাক্সাৰ বৰিকাদঙাত পাগলাদিয়াৰ বালিয়ে পুতি পেলালে শ শ বিঘা কৃষি ভূমি

বাক্সাৰ বৰিকাদঙাত পাগলাদিয়াৰ বালিয়ে পুতি পেলালে শ শ বিঘা কৃষি ভূমি। বাক্সা জিলাৰ দক্ষিণ পূব বৰিকাদঙা…

সোনাপুৰৰ দিচাং ৰিজ’ৰ্টত বিধ্বংসী অগ্নিকাণ্ডঃ

পুৱাই সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত সংঘটিত হ’ল এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৰিজ’ৰ্টখনৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয়।…

ৰঙিয়াৰ হীৰাগাটাত অগ্নিকাণ্ড, জাহ গল কেবা লক্ষাধিক টকা মূল্যৰ সামগ্ৰী

ৰঙিয়াৰ হীৰাগাটাত অগ্নিকাণ্ড, জাহ গল কেবা লক্ষাধিক টকা মূল্যৰ সামগ্ৰী ৰঙিয়াৰ হীৰাগাটাত অগ্নিকাণ্ড । হীৰাগাটা চাৰি…

পূব নাগালেণ্ডৰ ৬ জিলাক লৈ গঠন হ’ব ইষ্টাৰ্ণ নাগালেণ্ড টেৰিটৰিয়েল কাউন্সিল

পূব নাগালেণ্ডৰ ৬জিলাক লৈ গঠন হ’ব ইষ্টাৰ্ণ নাগালেণ্ড টেৰিটৰিয়েল কাউন্সিল ! সংসদৰ বৰ্ষাকালীন অধিবেশনৰ পূৰ্বে কেন্দ্ৰই…

নাজিৰাৰ মাদুৰী চাহ বাগিছাৰ এখন বিদ্যালয়ত সংঘটিত হল এক অমানৱীয় কাণ্ড।

নাজিৰাৰ মাদুৰী চাহ বাগিছাৰ এখন বিদ্যালয়ত অমানৱীয় কাণ্ড : শিক্ষকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীক :…

লখিমপুৰত অব্যাহত অৰুণাচলীৰ বন ধ্বংস

লখিমপুৰত অব্যাহত অৰুণাচলীৰ বন ধ্বংস । অসম অৰুণাচল সীমান্তত জব্দ এটা এনলীয়া বন্দুক আৰু কাঠ কটা…

নাওবৈছাৰ শালমৰাত হৃদয় বিদাৰক ঘটনা: নিজ মাতৃয়ে দুই কন্যা সন্তানক হত্যা কৰি নিজেও ললে চৰম সিদ্ধান্ত

লখিমপুৰ জিলাৰ নাওবৈছাৰ শালমৰাত হৃদয় বিদাৰক ঘটনা।নিজ মাতৃয়ে দুই কন্যা সন্তানক হত্যা কৰি নিজেও ললে চৰম…

সৰভোগৰ সাহাপুৰৰ কেইজনমান যুৱকৰ মহানুভৱতা

সৰভোগৰ সাহাপুৰত এক মৰ্মান্তিক ঘটনা । এগৰাকী অকলহৰীয়া দৰিদ্ৰ বৃদ্ধ মহিলাক ঘৰ বান্ধি দিলে ৰাইজে। সৰভোগৰ…