অসম কন্যালৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা’

অসমৰ Aishi Prisha Borah লৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান।

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে এই সন্মান প্ৰদান কৰে

বীৰ বাল দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা’।

অনুষ্ঠানত অসমৰ Aishi Prisha Borah লৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা’ আগবঢ়োৱা হয়।

এক উদ্ভাৱনীমূলক মেচিন বিকাশ কৰাৰ বাবেই এই বঁটা প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *