বোকাখাতত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ

বৰদিন বিশেষ। বোকাখাত সমষ্টিৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বোকাখাতৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে বৰদিন উদযাপন কৰে।

বোকাখাতৰ খ্ৰীষ্টজ্যোতি কেথলিক গীৰ্জা, নাহৰজান বেপটিষ্ট গীৰ্জা আৰু নুমলীগড় খ্ৰীষ্টান সমাজৰ উদ্যোগত নুমলীগড় চাহ বাগিচাত আয়োজিত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *