টিংখাং বিধান সভা সমষ্টিত প্ৰায় ২৩ হাজাৰ ৭৯০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ধন প্ৰদান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত উপস্থিত হৈ টিংখাং বিধান সভা সমষ্টিত প্ৰায় ২৩ হাজাৰ ৭৯০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ধন প্ৰদান কৰে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণৰ অভয়পুৰ গ্ৰাম্য ক্রীড়া কমপ্লেক্স আৰু কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে এই পদক্ষপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *