মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি জাগীৰোড নতুন বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপনৰ কৰে

মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি জাগীৰোড মহাবিদ্যালয় (স্বতন্ত্ৰ)ত মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানেৰে নিৰ্মাণ হ’বলগীয়া নতুন বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপনৰ কৰে।

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী বঁটা আঁচনিৰ অধীনত মেধাবী ছাত্ৰ-ছাত্ৰীক স্কুটাৰ বিতৰণ কৰে।

জাগীৰোড মহাবিদ্যালয় প্ৰাঙ্গণত আয়োজন কৰা এক অনুষ্ঠানত ৮২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫ গৰাকীক আনুষ্ঠানিকভাৱে স্কুটাৰ প্ৰদান কৰা হয় ৷

আনহাতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা কথা বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসম ভ্ৰমণ সন্দৰ্ভতো মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *