মৎস্য পালনেৰে লক্ষাধিক টকা উপাৰ্জন কেইগৰাকীমান উদ্যমী যুৱকৰ।

মৎস্য পালনেৰে লক্ষাধিক টকা উপাৰ্জন তীৰ্থনগৰী হাজোৰ কেইগৰাকীমান উদ্যমী যুৱকৰ।

যুৱক কেইগৰাকীয়ে বৈজ্ঞানিক পদ্ধতিৰে মাছ উৎপাদন কৰি এই মাছবোৰ ভিন্ন অঞ্চলৰ বজাৰবোৰত বিক্ৰী কৰি আহিছে ।

শেহতীয়াকৈ যুৱক কেইগৰাকীয়ে অসমৰ পৰা হেৰাই যাব ধৰা শিঙি, গৰৈ আদি মাছবোৰ উৎপাদন কৰি থলুৱা মাছৰ ভঁৰাল চহকী কৰাৰ আন এক প্ৰয়াস কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *