গাৰো জনগোষ্ঠীৰ কৃষি ভিত্তিকৱাংগালা উৎসৱ উদযাপন

গোৱালপাৰা জিলাৰ চামাগুৰি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে ৪ৰ্থ সংখ্যক ৱাংগালা তথা উৰপদ বিল মহোৎসৱ অনুষ্ঠিত হৈছে।

উৰপদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লগতে গাৰো জনগোষ্ঠীয় লোকসকলৰ কৃষি ভিত্তিক উৎসৱ ৱাংগালাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই মহোৎসৱ অনুষ্ঠিত কৰা হয়।

গাৰো জাতীয় পৰিষদৰ উদ্যোগত আয়োজিত এই মহোৎসৱত পৰম্পৰাগত ৱাংগালা নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *