BTRত অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ।
কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আঁচনিৰ শুভাৰম্ভ কৰে।
এই আঁচনিৰ অধীনত BTRৰ ৪.৫০ লাখ লোকক সামৰি লোৱা হৈছে।
উল্লেখযোগ্য যে অৰুণোদয় আঁচনিত ‘ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন’ আৰু ‘দীনদয়াল দিব্যাংগজন সাহায্য’ আঁচনি অন্তর্ভুক্ত কৰা হৈছে।