দ্বিতীয়খন মেচত দক্ষিণ ৫১ ৰানত জয়লাভ আফ্ৰিকাৰ

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা T20 শৃংখলাৰ দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকাই ৫১ ৰানত জয়লাভ কৰে।

চণ্ডীগড়ত অনুষ্ঠিত মেচখনত প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্ৰহ কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি ককে সৰ্বাধিক ৯০ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে ১৯ অ’ভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *