পুৰণিগুদাম ম’ৰাচুকত বন্যহস্তীৰ উপদ্ৰৱ

পুৰণিগুদাম ম’ৰাচুকত নিশা বন্যহস্তীৰ উপদ্ৰৱ।

বন্যহস্তীয়ে দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তহিলং কৰে সাঁচতীয়া ধান।

ভাৰত বৈৰাগী আৰু ইলা বৈৰাগী নামৰ দুয়োজন পৰিয়ালত নিশা চলাই বন্যহস্তীয়ে উপদ্ৰৱ।

বন্যহস্তীৰ উপদ্ৰৱৰ পৰা কঠমপি প্ৰাণৰক্ষা দুয়োটা পৰিয়ালৰ লোকসকলৰ।

বন্যহস্তী খেদাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ বিয়াগোম বন বিভাগ।

Leave a Reply

Your email address will not be published. Required fields are marked *