অব্যাহত আছে নগাঁও লোকসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ ভোটগণনা।
পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া।
প্ৰথমে পোষ্টেল বেলটৰে আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলাছে ভোটগণনা
দিনৰ ১২.৪৫ বজাৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিপুল ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা।
বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই লাভ কৰা ভোটৰ সংখ্যা ২৭৬১১৯টা।
দ্বিতীয় স্থানত আছে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল।
তেওঁ লাভ কৰিছে ১৯৩৩১৯টা ভোট।
তৃতীয় স্থানত আছে কংগ্ৰেছৰ শিৱামণি বৰা।
বৰাই লাভ কৰিছে ৪৭৪০৩ টা ভোট।
ন’টাত এই পৰ্যন্ত ভোটদান হৈছে ৩৩০৩ টা ভোট।