“বজাৰত লাগিছে জুই চৰকাৰ আছে শুই।”
মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰিগাঁও চহৰত মূ্ল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ সমদল উলিয়াই সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই।
প্ৰসৰ ৰ’দকো নেওচি মৰিগাঁও চহৰৰ মাজমজিয়াত বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণেৰে ৰাজ্যখনত দিনক দিনে বৃদ্ধি পোৱা অত্যধিক মূল্যবৃদ্ধি অতিশীঘ্ৰে ৰোধ কৰাৰ দাবী উত্থাপন কেৰে আছুৰ নেতৃত্ব