বিজনীৰ পানবাৰী বিজয়পুৰ গাঁৱত বাঢ়নী পানীৰ তাণ্ডৱ

বিজনীৰ পানবাৰী বিজয়পুৰ গাঁৱত বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ।

ৰাতিপুৱাই হঠাতে ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী প্লাৱিত কৰাৰ লগতে জনজীৱন ব্যাহত হৈ পৰে।

বাঢ়নী পানীৰ ফলত কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা লগতে খেতি পথাৰ সমূহ ক্ষতিগ্ৰস্ত হয় ।

স্থানীয় লোকে তাৎক্ষণিক ভাৱে চৰকাৰী সাহায্যৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *