চামগুৰিৰ ভোমোৰাগুৰীত ভয়ংকৰ অগ্নিকাণ্ড।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
ভোমোৰাগুৰীৰ ইছব আলীৰ বাসগৃহত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত।
অগ্নিকাণ্ডৰ ফলত ক্ষয় ক্ষতিৰ পৰিমাণ বৰ্তমানেও জানিব পৰা হোৱা নাই।