বিধানসভাত সংস্কৃত ভাষাত শপত লোৱা বিধায়কক সম্বৰ্ধনা

বিধানসভাত সংস্কৃত ভাষাত শপত লোৱা বিধায়কক সম্বর্ধনা।

বিধানসভাৰ কেন্দ্ৰীয় সভাগৃহত আয়োজন এই অনুষ্ঠানৰ।

সংস্কৃত ভাৰতী, উত্তৰ অসম প্ৰান্তৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা।

সংস্কৃতত শপত লোৱা ১৩ গৰাকী বিধায়কক সম্বর্ধনা জ্ঞাপন।

অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিত কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী জয়ন্ত মল্লবৰুৱা, বিশ্বজিৎ দৈমাৰী, নীলিমা দেৱী, বিমল বৰা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *