মৎস্য কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত

মুকালমুৱাৰ হাজো-দৌলাশাল ঘাইপথৰ ঘোগা বদনিত ভয়ংকৰ দুৰ্ঘটনা

মৎস্য কঢ়িয়াই নিয়া চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথত

বাহনখনত থকা ১০ গৰাকীতকৈও অধিক লোক আঘাতপ্ৰাপ্ত

আহত মৎস্য ব্যৱসায়ীসকলক স্থানীয় লোকে ৰাজপথৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে

কেইবাজনো ব্যৱসায়ীৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে

মুকালমুৱাৰ বৰলিয়াপাৰৰ পৰা মৎস্য ব্যৱসায়ীসকলে গুৱাহাটীলৈ মাছ কঢ়িয়াই নি থাকোতেই সংঘটিত হয় দুৰ্ঘটনাটো

দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS-25FC-8483

Leave a Reply

Your email address will not be published. Required fields are marked *