নগাঁৱৰ ২ নং মোলাপট্টিত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ
এখন ই-ৰিক্সাৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি
আটক এজন সৰবৰাহকাৰীক
আটকাধীন সৰবৰাহকাৰীটো মবাছিৰ শ্বাহদদ বুলি জানিব পৰা গৈছে
ধৃত সৰবৰাহকাৰীটোৰ ঘৰ চলচলিত
নগাঁও আৰক্ষীৰ টাউন উপ-পৰিদৰ্শক বিমান গগৈৰ নেতৃত্বত চলিছিল এই অভিযান
জব্দ কৰা ই-ৰিক্সাখনৰ নম্বৰ হৈছে AS-02GR-4775
ঘটনাক লৈ অব্যাহত আৰক্ষীৰ তদন্ত