নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক মবাছিৰ শ্বাহদদক

নগাঁৱৰ ২ নং মোলাপট্টিত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ

এখন ই-ৰিক্সাৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় দ্ৰব্যখিনি

আটক এজন সৰবৰাহকাৰীক

আটকাধীন সৰবৰাহকাৰীটো মবাছিৰ শ্বাহদদ বুলি জানিব পৰা গৈছে

ধৃত সৰবৰাহকাৰীটোৰ ঘৰ চলচলিত

নগাঁও আৰক্ষীৰ টাউন উপ-পৰিদৰ্শক বিমান গগৈৰ নেতৃত্বত চলিছিল এই অভিযান

জব্দ কৰা ই-ৰিক্সাখনৰ নম্বৰ হৈছে AS-02GR-4775

ঘটনাক লৈ অব্যাহত আৰক্ষীৰ তদন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *