নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষা মন্ত্ৰী তেমজেন ইমনা আলঙৰ ফেচবুকত ধেমেলীয়া প’ষ্ট

নাগালেণ্ডৰ পৰ্যটন আৰু শিক্ষা মন্ত্ৰী তেমজেন ইমনা আলঙৰ ফেচবুকত ধেমেলীয়া প’ষ্ট

ফেচবুক প’ষ্টটোত তেমজিনে নিজস্ব বংগাত্মক শৈলীৰে কৈছে- ‘জীৱনৰ এই পৰ্যায়ত নতুন কাম বা চাকৰি বিচৰাটো কেৰিয়াৰ গঢ়াৰ বাবে নহয়, বৰঞ্চ তেওঁৰ ফেচবুক প’ষ্টৰ তলত মানুহে কৰা আমোদজনক মন্তব্যৰ বাবে পুৰস্কৃত বা ‘জলপানী’ দিবলৈহে তেওঁক বেছি পইচা থকা চাকৰিৰ প্ৰয়োজন হৈছে’

তেমজেনে প’ষ্ট কৰা ফটোখনত তেঁও নিজকে এজন মালিচৱালা হিচাপে দেখুৱাই ধেমালি কৰিছে

লগতে কৈছে ছচিয়েল মিডিয়াত তেওঁক ফ’লো কৰা লোকসকলক পইচা বিলাবলৈ এতিয়া তেওঁ এনেদৰে অতিৰিক্ত কাম কৰিবলগীয়া হৈছে

তেমজেন নিজৰ হাস্যৰসময়ী শৈলীৰ বাবে পৰিচিত আৰু এই পোষ্টটোৰ জৰিয়তেও তেওঁ অনুৰাগীসকলক আমোদ দিছে

Leave a Reply

Your email address will not be published. Required fields are marked *