বিজনী আঞ্চলিক ছাত্ৰসন্থাৰ প্ৰতিবাদ

বিজনী আঞ্চলিক ছাত্ৰসন্থাৰ প্ৰতিবাদ।

কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ।

পেট্ৰ’লৰ ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ।

বিজনী বজাৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী মূর্দাবাদ ধনী দি চৰকাৰক কঠোৰ সমালোচনা।

Leave a Reply

Your email address will not be published. Required fields are marked *