মহানগৰীৰ পাথৰকুৱেৰীত ভয়ংকৰ ঘটনা।
৫ দিনীয়া পুত্ৰ সন্তানক বিক্ৰী কৰি নুনমাটি আৰক্ষীৰ জালত পিতৃ-মাতৃ।
ধৃত দম্পত্তিহাল পাথৰকুৱেৰীৰ বিনোদ তামুলী আৰু চুমিত্ৰা গোস্বামী।বুলি জানিব পৰা গৈছে।
৫ দিনীয়া পুত্ৰ সন্তানক নলবাৰীৰ এটা দম্পত্তিৰ হাতত বিক্ৰী কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে।
শিশুটিক উদ্ধাৰ কৰিবলৈ নুনমাটিৰ আৰক্ষীৰ দল নলবাৰীলৈ ৰাওনা হৈছে।