অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীক সকিয়নী দেৱ সমাজৰ সভাপতি প্ৰমোদ বেজবৰুৱাৰ

অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীক সমালোচনাৰে থকাসৰকা।

বসন্ত কুমাৰ গোস্বামীলৈ লক্ষ্য কৰি তীব্ৰ বাক্যবাণ হাজো দেৱ সমাজৰ সভাপতি প্ৰমোদ বেজবৰুৱাৰ।

মিঞাৰ প্ৰেমত পৰা বসন্ত কুমাৰ গোস্বামীক অসমীয়া জাতিৰ হকে দালালি নকৰিবলৈ আহ্বান।

বসন্ত কুমাৰ গোস্বামীয়ে জাতীয় সাজপাৰ এৰি মছজিদ আজান দিয়াৰ লগতে পিন্ধক মিঞাৰ লুঙি আৰু টুপী।

দাড়ি ৰাখি সলাই দিয়ক ব্ৰাহ্মণ সমাজৰ লগুন।

অসমৰ সাহিত্য সভাৰ পৰা বহিষ্কাৰ কৰক বসন্ত কুমাৰ গোস্বামীক।

অসম সাহিত্য সভাৰ গৰিমাত কালিমা নাসানিবলৈ সকিয়নী বসন্ত কুমাৰ গোস্বামীক।

Leave a Reply

Your email address will not be published. Required fields are marked *