পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাজগাওঁৰ পৰা সন্ধানহীন এগৰাকী বৃদ্ধা

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাজগাওঁৰ পৰা সন্ধানহীন এগৰাকী বৃদ্ধা। বিস্মৃতি ৰোগত আক্ৰান্ত শালিগ্ৰাম ৰায় নামৰ লোকজন। পুৱাৰ ভাগত জী-জোৱায়েকৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে লোকজন।

বিগত কিছুদিনৰ পৰা চিকিৎসাজনীত কাৰণত ডিমাপুৰৰ পদুমপুখুৰীৰ পৰা আহি খেৰণিত থকা জোৱায়েক মনোজ থাপাৰ ঘৰত আছিল লোকজন। লোকজনক বিচাৰি পৰিয়ালৰ মাজত হাঁহাকাৰ।

লোকজনৰ সন্ধান লাভ অথবা কোনো লোকে প্ৰত্যক্ষ কৰিলে ৯১০১২০৬৯৭৬ অথবা ৮৬৩৮৫১৯০৬২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান ভুক্তভোগী পৰিয়ালৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *