১০ এপ্রিলত মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা

১০ এপ্ৰিলত ঘোষণা কৰা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

বোকাজানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰতে ফলাফলৰ দিন জনালে মুখ্যমন্ত্ৰীয়ে।

অসম বিধানসভা নিৰ্বাচনৰ ভোটদানৰ এদিন পাছতে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৯ এপ্ৰিলত ৰাজ্যত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

আজি দিন ঘোষণাৰ পাছতেই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা।

Leave a Reply

Your email address will not be published. Required fields are marked *