স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ; প্ৰাণ গ’ল দুই যুৱকৰ

নিশা পুৰণিগুদামৰ কেঞাপট্টিত শোকাৱহ পথ দুৰ্ঘটনা।

স্কুটী আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।

এই ভয়ংকৰ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হয়।

ঘটনাস্থলীতে ঋষিকেষ শইকীয়া নামৰ স্কুটী আৰোহীজনৰ মৃত্যু হয়।

গুৰুত্বৰভাৱে আহত বিকাশ মুদৈ নামৰ যুৱকজনক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।

মৃত দুয়োজন যুৱকৰ ঘৰ পুৰণিগুদামৰ কঢ়ালী গাঁৱত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত দুয়োখন স্কুটী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *