যোৰহাটৰ ঢাপকটাৰ সমীপত উত্তপ্ত পৰিস্থিতি

যোৰহাটৰ ঢাপকটাৰ সমীপত উত্তপ্ত পৰিস্থিতি।

লহপহীয়া বাগানৰ মালিকক এজন লোকে চৰ মৰাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ লহপহীয়া বাগানৰ শ্ৰমিকৰ।

লহপহীয়া বাগানৰ শ্ৰমিকক বুজাবলৈ যোৱা আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চাৰ্জ কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *